Monday 2 January 2012

যাত্রা লৈ নিবন্ধ:নিৰূপমা বৰগোহাঞি বাইদেওৰ


নানাৰঙী: অসমীয়া খৱৰত নিৰূপমা বৰগোহাঞি বাইদেওৰ নিয়মিয়া নিবন্ধত এটা সম্পুর্ণ নিবন্ধ আছিল 'যাত্রা'ৰ ওপৰত


ভাস্কৰ ঠাকুৰীয়াৰ যাত্রাৰ গল্প পঢ়ি মই অভিভুত হৈছো।গল্পবোৰ অসাধাৰণ,কিন্তু আমাৰ পাঠক এনে গল্প পঢ়িবলৈ সাজুনে?
 

প্রকাশ অসমীয়া খৱৰ ,
প্রকাশ:অসমীয়া খৱৰ,১০ নবেম্বৰ,২০০৯,সম্পাদকীয় পৃষ্ঠা

No comments:

Post a Comment