Thursday 29 December 2011

প্রস্তাবনা : বেবেৰিবাঙ

ভবাও এটা কাম
উৰণীয়া ,পলৰীয়া নিলাজ মনৰ।
বিষয় :বিস্মৃতি,ৰমান্ঠন,সমাজ ,কলা বা হওক গাণৰ।
নাই কোনো আৰম্ভণি বা শেষ:এই চাক্রাকাৰ বাটত।
নাই কোনো অন্তিম অনুসিদ্ধান্ত।এই চিন্তাৰ পথত।

সিয়েই তাৰ কাম;
লিপিবদ্ধিত ভাৱৰ বুৰবুৰণিবোৰ
নাম তাৰ বেবেৰিবাঙ ,বেবেৰিবাঙ।

(যদিও বাণাণ ভুল ,প্রতিটো শাৰিত হাজাৰ বিজাৰ।কিয় কৰি থও নিজকে বাকৰুদ্ধ!)