Monday 4 January 2016

Snapshot2 :চিত্রকৰৰ অনুভৱত সিংহদ্বাৰ




পীয়ূষ -যি অকল গাখীৰহে নাখায়
পৃথিৱীৰৰ বাবে পীয়ূষ এক স্বধ্বংসী মাতাল
পীয়ূষ যি শৈশৱত বুকুৰ তেজেৰে লিখিছিল-
তেজ দিম তেল নিদিও
কিন্তু পীয়ূষৰ সমস্যা ইমান সৰল নে ?
পীয়ূষৰ প্রশ্ন নির্বাণৰ পিছত জীৱন কিয়
নহলে কিহৰ বাবে এই অর্থহীন ক্রমবিবর্তণ
পীয়ূষৰ প্রশ্ন-ঈশ্বৰ যদি আছে তেনেহলে ইমান বেকাৰ পৃথিৱীখন সৃষ্টিয়েই কিয় কৰিলে
আৰু যদি নাই  তেনেহলে এই ভয়ঙ্কৰ শুণ্যতাক কেনেকৈ সহ্য কৰো মই।

এই ভয়ঙ্কৰ শূণ্যতাৰ উত্তৰৰ সন্ধানত
সিংহদ্বাৰ
সমান্তৰাল কাহিনীৰে গুঠা এক উপন্যাস
Sketch by Apurba Rajbonshi and Uddip Talukdar
Designed by Team SInghadwar

Sunday 3 January 2016

গ্রন্থ পৰিচিতি অনুষ্ঠান নলবাৰী ২২/১২/১৫


দৈনিক অসম

অনুষ্ঠান সঞ্চালনা কৰে নাট্যকাৰ ধ্রুৱজ্যোতি শর্মাই

লেখকৰ ভাষণ


কবি ত্রিদিপ নন্দন বৰাৰ মত


গণ অধিকাৰ

নিমন্ত্রণ