Monday 2 January 2012

যাত্রা :সমালোচনা গৰীয়সীত :আনন্দ বৰমুদৈ চাৰৰ


আনন্দ বৰমুদৈ চাৰৰ সমালোচনা
শির্ষক :ভাস্কৰ ঠাকুৰীয়াৰ গল্প।
প্রকাশ:গৰীয়সী  :ফেব্রুৱাৰী ,২০১০,পৃষ্ঠা:৪৪-৪৫


ভাস্কৰ ঠাকুৰীয়াই গল্পৰ আকৃতি-প্রকৃতি আৰু শৰীৰ সকলো সলনি কৰি তাক নতুন গঢ়পিত দিব খুজিছে...
ড:আনন্দ বৰমুদৈ: ভাস্কৰ  ঠাকুৰীয়াৰ গল্প,গৰীয়সী,২০১০,পৃ:৪৪-৪৫

ভাস্কৰ ঠাকুৰীয়াৰ যাত্রা নামৰ গল্প সংকলনৰ আতাইকেইতা গল্পই আনন্দদায়ক।... ঠাকুৰীয়া পাঠকৰ আকাংক্ষাৰ প্রতি সহানুভুতিশীল।...গল্পকাৰে জীৱন আৰু জগতক শুক্ষ্মভাৱে নিৰিক্ষণ কৰিছে আৰু সেই দৃষ্টিভঙ্গী গল্পসমুহৰ মাজেৰে প্রকাশিত হৈছে.... জীৱনৰ একঘেয়ামি ,প্রাত্যহিক তুচ্ছতা,মানু্হৰ আকাংক্ষা সংকির্ণতা আদিয়ে হতাশ কৰা নতুন পুৰুষ মুল্যবোধৰ অস্থিৰতাৰ মাজেদিও সত্যানুসন্ধানী।......।কাহিনীকাৰ জনে অনায়াসে গহীনৰ পৰা পাতললৈ গৈ আকৌ ঘুৰি আহিব পাৰে।
 





No comments:

Post a Comment