Wednesday 17 February 2016

নিকলাচ ৰ’ৰিকৰৰ পৰিচিতি



নিয়মীয়া বার্তাত ১৪/০২/২০১৬ তপ্রকাশিত নিবন্ধ- নিকলাচ ৰৰিকৰ আৰু আমি,-চিত্রকৰ, দর্শনিক, নৃতত্ববিদ,ভবিষ্যদর্শী  নিকলাচ ৰৰিকৰৰ অশৰীৰি আত্মাই  উপন্যাস সিংহদ্বাৰতো এটি গুৰুত্বপুর্ণ ভূমুকি মাৰিছে।