Tuesday 3 January 2012

ঐক্যতান -সমালোচনা -প্রত্যয়


ঐক্যতান -সমালোচনা -প্রত্যয়
সমালোচক : মনোৰম গগৈ ।
৯ জুলাই ,১৯৯৭।

মনোৰম  গগৈ : প্রত্যয়, ৯ জুলাই ,১৯৯৭ :সুৰ যদি হেৰাই যায়,থাকিবনে জীৱনৰ চন্দ ?
ভাস্কৰ ঠাকুৰীয়াই নাটকৰ ক্ষেত্রখনত দৃহ প্রদক্ষেপেৰে ভবিষ্যতৰ সম্ভাবনাৰ কথা ঘোষনা কৰিছে।ভাস্কৰে নাটকখনত কোনো গল্প কবলৈ চেষ্টা চলোৱা নাই।তাৰ পৰিবর্তে তেও সময়ৰ প্রয়োজনত শিল্পৰ মাধ্যমেৰে অতি প্রাসঙ্গিক বক্তব্যহে ডাঙি ধৰাৰ প্রয়াস কৰিছে।তাৰবাবে নাটকখনে মুখ্য অবলম্বন হিচাপে গ্রহণ কৰিছে সংগীতক।নাটকখনৰ এটি অতি তাৎপর্য্যপুর্ণ দিশ হল দৃষ্টিহীন লোকশিল্পী,শিশুশিল্পী ক নাটকৰ চৰিত্র হিচাপে উপস্থাপন কৰি গীত গাবলৈ সূবিধা দিয়া হৈছে।
 


No comments:

Post a Comment