Tuesday 19 April 2016

নিকলাচ ৰ’ৰিকৰৰ চাংক্টা



আজিৰ অসমৰ নিৰাশাজনক পৰিবেশৰ লগত তুলনা কৰিব পৰা পৰিবেশ- যুদ্ধত্তৰ আমেৰিকাৰ(১৯১৮ৰ পিচত) নিৰাশাময় পৰিবেশত বিভ্রান্ত আমেৰিকাক উদ্দেশ্য কৰি নিকলাচ ৰৰিকৰে অকা ছয়খন ছবি।দেৱকান্ত বৰুৱাৰ কবিতাত উল্লেখিত –‘আমি দুৱাৰ মুকলি কৰো (And we open the gate) চাংক্টা শৃঙ্খলৰেই এখন বিখ্যাত ছবি।চাংক্টাৰ দর্শণ আৰু And we open the gate ৰ দর্শণে সিংদ্বাৰ উপন্যাসতো উপস্থাপিত হৈছে।
সেই চাংক্টা দর্শণৰ বিষয়ে এক নিবন্ধ ১৭/০৪/২০১৬ তাৰিখে নিয়মীয়া বার্তাত প্রকাশ কৰিছে।  


No comments:

Post a Comment