Monday 12 December 2022

সংগীত আৰু গণতন্ত্ৰ



 

এনেই চাৱ গলে গণতন্ত্ৰৰ বিকল্প নাই কিন্তু আমি জানো যে গণতন্ত্ৰৰ সমস্যাও বহু, অধিকাংশ লোকৰ ভাল পোৱা বেয়া পোৱাৰওপৰতেই নিয়মবোৰ বনোৱা হয়আৰু নিয়মৰ বাবে আন বহু সম্ভাৱনাৰ বিকাশ বন্ধ হোৱাৰ উপক্ৰম হয়৷ সাধাৰণ জনতাৰ বাবেকেইটামান প্ৰচলিত

মাপ-কাঠী হৈ পৰে ভাল বেয়াৰ মানদণ্ড নিৰ্ণয় কৰাৰ একমাত্ৰ উপায়৷

সংগীততো তেনে কেইটিমান মুষ্টিমেয় ভাৱধাৰাৰ প্ৰভাব চলে৷ কি কাৰণত উষা মংগেশকাৰ , সুমন কল্যাণপুৰ গীতা দত্ত আদিৰ দৰেমাতবোৰ ঘৰে-ঘৰে  ভাহি ন’হালৈ বহুজনে বহু কথা কয়৷

অসমীয়া সংগীতৰ উদাহৰণ বলৈ গলে শী দশকৰ শেষ ভাগত মিউজিক মেকাৰচৰ উদ্যোগত জিতুল

ণোৱালৰ সংগীতৰ নতুন লহৰে অসমীয়া গানৰ ভাবধাৰাত নতুনত্ব আনি দিলে৷ তাৰ পিছত এন কে

প্ৰডকাশ্বনৰ প্ৰযোজনাত জুবিন নামৰ যি প্ৰহেলিকা আহিল সি অসমীয়া গান ব্যৱসায়ৰ ধাৰাই

সলাই দিলে  গানৰ প্ৰসাৰ হল প্ৰচাৰ হল প্ৰচুৰ ব্যৱসায় হল ,পিছত অংগৰাগ মহন্তৰ নতুন

ধাৰায়ো তাৰ লগত লগ দিলে৷ কিন্তু সেই বহু প্ৰচলিত কথা সুৰ ধ্বনি  ৰমৰমীয়া ব্যৱসায়ৰ মাজত

মানুহৰ কাণে আন কোনো ধৰ অসমীয়া সংগীত প্ৰচাৰৰ বাটো অগ্ৰাহ্য কৰিব ধৰিলে৷ গানবোৰ

বহু অৰ্থত একঘেয়ামী হব ধৰিলে  মানুহবোৰে প্ৰকৃত তেই সেই একে ধৰনৰ সংগীত শুনিব বিচাৰে ,

নে সংগীতজ্ঞবোৰে নতুনক আকোৱালি  নুখুজে নে আন কিবা ?

হয়  মোৰ বাটনহলে তই বৰবাদ?

কথাটো কিজানি তেনে নহয়  কেইজনমান লোকেৰে চলা এই ব্যৱসায়ততো বহু প্ৰতিস্থা আৰু ধনবল

জৰিত আছে যাৰ বাবে এক নতুন ধৰনৰ ধাৰা মানি  টান পায় আৰু সেই বাবেই বেলেগ ধৰণেৰে

ভৱা ,কাম কৰা সৰু গোট বিলাকে নিজৰ মত প্ৰকাশ কৰাৰ সুবিধা নাপায়৷ আৰু যদি কোনোবাই চেষ্টা

কৰে তেনেহলে তাক সকলোৱে হেয় প্ৰতিপন্ন কৰিবলৈ সৰহভাগ লোকে তত্পৰ হয়   গানৰ

ক্ষেত্ৰতেই নহয় সমাজৰ প্ৰতিতো স্তৰতেই সত্যআনকি গণতন্ত্ৰৰ দৰে ভাল নুস্থানতো এই

ঘটনাৰ  পাৰ্শ্বক্ৰিয়া আমি দেখা পাও৷

কিন্তু প্ৰকৃতিৰ নিয়ম – কোনো ধাৰণাই স্থায়ী নহয় যি ওপৰলৈ যায় সি তললৈও নামি আহে৷

সংগীতৰ ক্ষেত্ৰটো তেনেবোৰ উঠান পতন আমি দেখা পাই আছো৷ চাৰিওপিনে লীউডৰ

আধিপত্যৰ পিছত ৯০ৰ দশকত নামি আহিছিল মিউজিক ভিডিওৰ যুগ বিড্ডূ আৰু বহু

পৰীক্ষামূলক সংগীত শিল্পীৰ প্ৰচেষ্টাত আৰু মাল্টি বহুজাতিক সংস্থা সমূহৰ পইচাৰ বলত

এক নতুন ধৰণৰ সংগীত জনপ্ৰিয় হব ধৰিলে আৰু সময়ৰ সোঁতত সিও একঘেয়ামী আৰু

পক্ষপাত  দুষ্ট বা নেপোটিজম ৰোগত আক্ৰান্ত হৱ ধৰিলে৷ আৰু চক্ৰাকাৰ উত্থান পতন আগৰ দৰেই

চলি থাকিব ধৰিলে৷

সেয়া আছিল গণতন্ত্ৰৰ বেয়া দিশ -কিন্তু ভাল দিশতো হল যে নিৰ্দিষ্ট সময়ত সকলো

ভাৱধাৰাৰেই উত্থান হব ধৰে ( উচিত সময়ত উচিত থাইত উপস্থিত থকা যোগ্য ব্যক্তিৰ ভাগ্য

ৰাতিৰ ভিতৰতেই সলনি হোৱাৰ ইতিহাস বহু আছে) গণতন্ত্ৰীকৰণ কাৰণেই ভিন্ন ধৰনৰ

সংগীতৰ ধাৰা আৰু তাৰ আগ্ৰহী পৃথিবীৰ চুকে কোনে আছে – লুচিআন পাভৰটিআবেদা

পাৰভিনৰ দৰেই জ্যাজ, RNB  পৰা পলৈ সকলোৰে গ্ৰাহক আছে ইমান দিনে শ্ৰোতাৰ

কাষলৈ লৈ আনাৰ সমস্যা থাকিলেও সদ্যহতে বহু ধৰণৰ এপ আৰু দ্ৰুত গতিৰ ইন্টাৰনেটৰ কৃপাত

সংগীতৰ গণতন্ত্ৰ বহুমুখী হৈছে আৰু তাৰ বাবেই এজাক স্বাধীন সংগীত শিল্পী আৰু শ্ৰোতাৰ

 

সৃষ্টি হৈছে কোনো বাহুবলী কৃপা অবিহনে   এক সুখবৰ  Independent music genre 

প্ৰতীক কুহাডসিন্ধু মূছৱালা আদিৰ সংগীত আজি পৃথিবীৰ প্ৰতিতো প্ৰান্তত মানুহৰ ঘৰে-ঘৰে

বাজে৷

এতিয়া আহোঁ অসমীয়া সংগীত জগতত কি হৈ আছে ,

নিশ্চয়েই অসমীয়া সংগীতত বলীউদৰ দৰে ধন পৰিসৰ নাই বাবে সৰু সূৰা পৰীক্ষা-নিৰীক্ষা সকলোৱে কৰি আছে সকলো ধৰনৰ প্ৰচাৰমাধ্যমত  গতিকে independent Music  মাধ্যমবোৰৰ সহযোগিতাও (ইূট্যুৱস্পটিফাই, আদিসকলোৱে লৈছে৷ কিন্তু চিন্তাৰ

পৰিসৰত নতুনত্ব নথকা বাবে বেছিভাগ সংগীতেই ইটোৰ পৰা সিতো বিশেষ ভাবে পৃথক নহয়

যেন ভাব হয়৷ বহুদিন যেন নতুন একো ওলাই আহা নাই তেনে ভাব হৈ আছিল

তেনেতে দুজনমান শিল্পীৰ সংগীত আজি বহু দিনৰ পৰা মন কৰিব লগীয়া ভিৰৰ পৰা বহু পৃথক ,

সম্পূৰ্ণ নতুন মাতনতুন সূৰ আৰু প্ৰচেষ্টা ,

প্ৰথমজন হল -অলকেশ দত্ত

ইূত্যুবত ওলোৱাৰ বহু বছৰ পিছত আবিষ্কাৰ কৰি শিহৰিত হৈ পৰিছিলোঁকন্ঠৰ গভীৰতা আৰু

সংগীতৰ ধৰণ আৰু গানৰ কথা দেখি গানটো আছিল

ৰাজপথেৰে যদি ৰজা যায়সুখৰে চাইৰেন বজাই

অলকেশৰ কন্ঠত Meat loaf বা Smoky  vocal  প্ৰভাব এটা আছে কিন্তু সেই

Genre তো ভালপোৱা সকলৰ বাহিৰেও লোকসংগীত ভাল পোৱা, বা নতুন ধৰণৰ কথা ভাল পোৱা

মানুহ সকলে নিশ্চয়েই ভাল পাব বা ভাল পাই আহিছে৷

আনজন হল ধৃতিমান ডেউৰী  এটা গান যদি কোনো এটা মাৰ্কিন Country hit আনটো হল সুকীয়া

অসমীয়া নতুন সংগীত

আজি বহু বছৰৰ পৰাই ওপৰৰ শিল্পী দুজনে সংগীত চৰ্চা কৰি আহিছে কিন্তু অসমৰ তথাকথিত সংগীত পৰিসৰত তেওঁলোকৰ বিষয়েকাঞ্চিত কেতিয়াবাহে আলোচনাহয় ৷ই দূখৰ কথা  আমি সৰু থাকোঁতেও কেইজনমান ভিন্ন ধৰণৰ সংগীত শিল্পীয়ে অসমত

নাম কৰিবলৈ চেষ্টা কৰি আছিল ৷দুটামান নাম মনত পৰে যেনে ফ্ৰেনচইচ ষ্টী প্ৰসেন জীত ফাংচ৷

আশীৰ দশকতেই ষ্টীয়ে প্ৰহেলিকা নামেৰে অতি বেলেগ ধৰনৰ কেছেট উলিয়াইছিল৷ নিশ্চয় নিভাঁজ

পৰিসৰৰ সংগীতৰ লগত পৰিচিত অসমীয়া শ্ৰোতাৰ বাবে তেওঁৰ এলবামতো বৰ আচহুৱা আছিল৷

বহুতে হাঁহিছিলোঁ৷ তাৰ পিছত ষ্টীয়ে একো সংগীত কৰা মই শুনা নাই আৰু যোৱা বছৰ শুনিলোঁ যে

ৰস্টীয়ে আত্মহত্যা কৰিলে 

সেইবাবে গণতন্ত্ৰত সকলোৰে সমান অধিকাৰ থাকিলেও শ্ৰোতাৰো নিজৰ বেয়া পোৱাৰ

লগতে ভালপোৱা গানৰ শিল্পী সমূহকো মুকলি মনেৰে জনোৱাত আতি দৰকাৰী  এই কথা লেখক-

পঢ়ুৱৈ,চিত্ৰনিৰ্মাতা-দৰ্শকবা ৰাজনৈতিক নেতা -ভোটাৰৰ লগতো প্ৰযোজ্য৷ independent

Music  আহিলা সমূহ যেনে ধৰক you tube, Spotify, Facebook বা ৰ্টে সমূহত বহুজনৰ

বহু তৰপীয়া ইচ্ছা সোমাই আছে  সেয়ে Independent Assamese (Northeast)

Music, independent মানে মুক্ত হৈ থাকিবলৈ শ্ৰোতাই ইজনে সিজনক কত কি হৈ আছেকি ভাল

গান ওলাইছে তাক জানিবলৈ দিয়াতো বৰ দৰকাৰ৷

বাকি পৃথিৱীৰ বাবেও একেই কথা প্ৰযোজ্য


শিল্পী দুগৰাকীৰ দুটি ভিডিওৰ লিংক তলত দিয়া হৈছে 







 

 

 

No comments:

Post a Comment