Saturday 23 July 2016

সিংহদ্বাৰৰ বিৰিণা






বিৰিণাৰ ভাৱ -কিবা এটা যে নাই
হেৰোৱা বস্তুটো তাই সঙ্গীতত বিচাৰিছিল
নিচা কিয় লাগে মোক,সঙ্গীতেই মোৰ ডাঙৰ নিচা
কিন্তু  Abbey Road ৰ কভাৰ ফটোখনেওছোন তাইক বিহ্বল কৰি তুলে
লগৰ বোৰে কয় –“ বাদ দে বিৰিণা এইবিলাক চিন্তা কৰাতকৈ তই লিপষ্টিকৰ এলার্জি বা কর্ন্টাচেপ্তিভৰ চাইড ইফেক্টৰ কথা চিন্তা কিয় নকৰ।

কিন্তু অস্তিত্ববাদী চিন্তাবোৰে তাইৰ লগ নেৰা হল
একে ভাব চিৰঞ্জীৱ, পৰিনিশা আৰু আমাৰ সকলোৰে।
সেই কিবা এটাৰ সন্ধানতেই সিংহদ্বাৰৰ যাত্রা
সমান্তৰাল কাহিনীৰে গঢ়া এক উপন্যাস




No comments:

Post a Comment