Showing posts with label পোডকাষ্ট. Show all posts
Showing posts with label পোডকাষ্ট. Show all posts

Saturday, 31 July 2021

অসমীয়া পডকাষ্ট অন্বেষণ


  


পডকাষ্ট কি তাক লৈ বন্ধুমহলত বেছিভাগেই সোধা বাবে জনাইছো যে ই এটা শ্ৰব্য মাধ্যম ৷ মানে ধৰক ব্যক্তিগত ই ৰেডিও ষ্টেশ্বন ৷ You Tube Channel বুলিয়েই ধৰক ৷ কিন্তু এয়া শ্ৰব্য মাধ্যম শুনিবহে পাৰিব ৷ গতিকে চকু কেইতাই অলপ আৰাম পায় আৰু লগতে আপুনি কৰি থকা কামতোও (পঢ়াগাড়ী চলোৱাভাত ৰন্ধা ইত্যাদি ) ব্যাঘাত নহয়৷ সেইবাবে বহুতেই তাক শুনিবলৈপৰিবেশন কৰিবলৈ ধৰিছে৷ গানকথাসাহিত্যগল্প ৰেচিপি , নিজৰ ধোল সাক্ষাৎকাৰ আলোচনা চব শুনিব পাৰি ৷ You Tube ৰ লগত থকা আনতো পাৰ্থক্য হল যে একে পডকাষ্ট বহুত APP ,ৱেবচাইতত উপলব্ধ হব পাৰে যেনে ধৰক Spotify , Apllepodcast Googlepodcast, Anchor  ইত্যাদি ,যেনে ধৰক বিবিধ ভাৰতীৰ গীতমালা গুৱাহাটীইম্ফল দিল্লী ৰেডিওৰ পৰা একেলগা শুনা ৷ বেছিসংখ্যক পডকাষ্ট বিনামুলীয়া৷

এটা দিন আছিল যে কেবল টিভিৰ দৰে এটা World space radio বুলি এটা ৰেডিও চাৰ্ভিচআৰু আমি এনে interestingমাধ্যমত আগ্ৰহী আছিলো বাবে খৰচ কৰি হলেও ভাল content ৰ বাবে তাৰ গ্ৰাহক আছিলো৷ কিন্তু -Video Killed the Radio girl … World space radio বৰ্তিব নোৱাৰিলে ৷

 

কিন্তু তাৰ প্ৰায় পাচ- দহ বছৰ মান পিছত পডকাষ্ট তেনে ৰুচিৰ মানুহৰ বাবে জনপ্ৰিয় হৈ পৰিল 

আগ্ৰহ আৰু creative খজুৱটীৰ বাবেই এটা #অন্বেষন বুলি অসমীয়া পোডকাষ্ট খুলিছোকামৰ হেছাত সিমান সময় পোৱা নাই যদিও খজুৱাইছে যেতিয়া উপাই নাই ৷ বিষয় হিচাপে আনৰ কিছুমান interesting কাম ৷

 

অসমীয়াত পডকাষ্ট আছে যদিও ভিন্নতা কম ,সেয়ে ই খুলিছিলো #অন্বেষন 

অসমীয়া কথা অসমৰ কথা তেওলোকৰ কথা.যাৰ কথা পতা হোৱা নহয় ভাবিবলৈ সময় নহয় , পাৰিলে নিজৰ ধোল নবজাও কাৰণ পৃথিৱীত বহূ মানুহেই বহু ভাল কাম কৰি আছে , সেইবিলাকৰ বিষয়েওতো আলোছনা হব লাগে 

আপোনাৰো যদি কিবা কৱ লগিয়া আছে মোৰ ইমেইলত যোগাযোগ কৰিব-

 

যি সকল ৰাইজ পডকাষ্ট মাধ্যমতোৰ বিষয়ে জানে তেওলোকে তলৰ লিঙকত সংযোগ কৰি #অন্বেষন  শুনিব পাৰে 

 

 

Spotify

Apllepodcast,

Googlepodcast

Anchor