Labels
- উন্মুক্ত চিন্তা (3)
- এটি জার্মান সপোন (4)
- ঐক্যতান (4)
- ক্ষুদ্র গল্প (3)
- গল্প (11)
- চিনেমা (7)
- নাটক (9)
- নিকলাচ ৰ’ৰিকৰৰ (4)
- ফিৰঙতি (3)
- বেবেৰবাঙ (3)
- যাত্রা (5)
- সত্যানুসন্ধান (3)
- সাক্ষৎকাৰ (2)
- সিংহদ্বাৰ (20)
- স্থিৰ চিত্র আৰু হাইকু (2)
Wednesday, 17 February 2016
Monday, 4 January 2016
Snapshot2 :চিত্রকৰৰ অনুভৱত সিংহদ্বাৰ
পীয়ূষ -যি অকল গাখীৰহে নাখায়
পৃথিৱীৰৰ বাবে পীয়ূষ এক স্বধ্বংসী মাতাল
পীয়ূষ যি শৈশৱত বুকুৰ তেজেৰে লিখিছিল-
“তেজ দিম তেল নিদিও”
কিন্তু পীয়ূষৰ সমস্যা ইমান সৰল নে ?
পীয়ূষৰ প্রশ্ন –নির্বাণৰ পিছত জীৱন কিয়
নহলে কিহৰ বাবে এই অর্থহীন ক্রমবিবর্তণ
পীয়ূষৰ প্রশ্ন-ঈশ্বৰ যদি আছে তেনেহলে ইমান বেকাৰ পৃথিৱীখন সৃষ্টিয়েই কিয় কৰিলে
আৰু যদি নাই তেনেহলে এই ভয়ঙ্কৰ
শুণ্যতাক কেনেকৈ সহ্য কৰো মই।
এই ভয়ঙ্কৰ শূণ্যতাৰ উত্তৰৰ সন্ধানত
সিংহদ্বাৰ
সমান্তৰাল কাহিনীৰে গুঠা এক উপন্যাস
Sketch by Apurba Rajbonshi
and Uddip Talukdar
Designed by Team SInghadwar
Sunday, 3 January 2016
Subscribe to:
Comments (Atom)







