Wednesday, 17 February 2016

নিকলাচ ৰ’ৰিকৰৰ পৰিচিতি



নিয়মীয়া বার্তাত ১৪/০২/২০১৬ তপ্রকাশিত নিবন্ধ-‘ নিকলাচ ৰৰিকৰ আৰু আমি’,-চিত্রকৰ, দর্শনিক, নৃতত্ববিদ,ভবিষ্যদর্শী  নিকলাচ ৰ’ৰিকৰৰ অশৰীৰি আত্মাই  উপন্যাস সিংহদ্বাৰতো এটি গুৰুত্বপুর্ণ ভূমুকি মাৰিছে।


No comments:

Post a Comment