Monday, 2 January 2012

যাত্রাৰ সমালোচনা ,অসমীয়া প্রতিদিন

যাত্রাৰ সমালোচনা ,২০০৯:

প্রীতিৰেখা ভুঞা: অসমীয়া প্রতিদিন :
যাত্রাৰ গল্পসমুহ কেইবাটাও দিশৰ পৰা ৰসগ্রাসী হৈ উঠিছে:১.বিষয় বস্তুৰ অভিনবত্ত,২.কলাসন্মত প্রকাশশৈলী,৩.চৰিত্রৰ বাস্তৱতা,৪.বিশেষত্বপুর্ণ আৰম্ভণি
 

যাত্রা লৈ নিবন্ধ:নিৰূপমা বৰগোহাঞি বাইদেওৰ


নানাৰঙী: অসমীয়া খৱৰত নিৰূপমা বৰগোহাঞি বাইদেওৰ নিয়মিয়া নিবন্ধত এটা সম্পুর্ণ নিবন্ধ আছিল 'যাত্রা'ৰ ওপৰত


ভাস্কৰ ঠাকুৰীয়াৰ যাত্রাৰ গল্প পঢ়ি মই অভিভুত হৈছো।গল্পবোৰ অসাধাৰণ,কিন্তু আমাৰ পাঠক এনে গল্প পঢ়িবলৈ সাজুনে?
 

প্রকাশ অসমীয়া খৱৰ ,
প্রকাশ:অসমীয়া খৱৰ,১০ নবেম্বৰ,২০০৯,সম্পাদকীয় পৃষ্ঠা

যাত্রা সমালোচনা :অসমীয়া খৱৰ


যাত্রা সমালোচানা :অসমীয়া খৱৰ:

 যাত্রা কাব্যিক মুচর্চনাৰে আৰম্ভ হৈ নাটকীয় পৰিবেশৰ মাজেৰে শৈল্পিক সত্তাত ভূমুকি মাৰি দার্শনিক চিন্তাৰ মাজেৰে অগ্রশৰ হোৱা দেখা যায়।


সমালোচনা :মুকুট ৰয়
প্রকাশ:অসমীয়া খৱৰ,১০ নবেম্বৰ,২০০৯,পৃষ্ঠা নং :১০

যাত্রা :সমালোচনা গৰীয়সীত :আনন্দ বৰমুদৈ চাৰৰ


আনন্দ বৰমুদৈ চাৰৰ সমালোচনা
শির্ষক :ভাস্কৰ ঠাকুৰীয়াৰ গল্প।
প্রকাশ:গৰীয়সী  :ফেব্রুৱাৰী ,২০১০,পৃষ্ঠা:৪৪-৪৫


ভাস্কৰ ঠাকুৰীয়াই গল্পৰ আকৃতি-প্রকৃতি আৰু শৰীৰ সকলো সলনি কৰি তাক নতুন গঢ়পিত দিব খুজিছে...
ড:আনন্দ বৰমুদৈ: ভাস্কৰ  ঠাকুৰীয়াৰ গল্প,গৰীয়সী,২০১০,পৃ:৪৪-৪৫

ভাস্কৰ ঠাকুৰীয়াৰ যাত্রা নামৰ গল্প সংকলনৰ আতাইকেইতা গল্পই আনন্দদায়ক।... ঠাকুৰীয়া পাঠকৰ আকাংক্ষাৰ প্রতি সহানুভুতিশীল।...গল্পকাৰে জীৱন আৰু জগতক শুক্ষ্মভাৱে নিৰিক্ষণ কৰিছে আৰু সেই দৃষ্টিভঙ্গী গল্পসমুহৰ মাজেৰে প্রকাশিত হৈছে.... জীৱনৰ একঘেয়ামি ,প্রাত্যহিক তুচ্ছতা,মানু্হৰ আকাংক্ষা সংকির্ণতা আদিয়ে হতাশ কৰা নতুন পুৰুষ মুল্যবোধৰ অস্থিৰতাৰ মাজেদিও সত্যানুসন্ধানী।......।কাহিনীকাৰ জনে অনায়াসে গহীনৰ পৰা পাতললৈ গৈ আকৌ ঘুৰি আহিব পাৰে।