Wednesday, 15 June 2016

অতীতক নাযাবা পাহৰি





নিয়মীয়া বার্তা :২/০৬/২০১৬
আমি আমাৰ ঐতিহ্যৰ বিষয়ে কিমান জানো? ‘অতীতক নাযাবা পাহৰি’ বাণীক আমি জানো হয় কিন্তু মানো কিমান তাত এতিয়াও সন্দেহৰ অৱকাশ আছে। নিকলাচ ৰ’ৰিকৰৰ জীৱন আর্হিৰ আলোচনাই হয়তো সেই দিশত আমাৰ আধৰুৱা কামবোৰত নতুন আলোকপাত কৰিব।


No comments:

Post a Comment